SEBA HSLC Class 10 English Grammar, Assamese to English Translation, SEBA HSLC English Translation Previous Years' Solved Questions (1998-2022), HSLC Translation Assamese to English for Class 10
HSLC Tanslation Assamese to English:
1. HSLC - 1998
(a) তোমাৰ দেউতাৰা
কালি আমাৰ গাঁৱলৈ আহিছিল।
Ans : Yesterday your father
came to our village.
(b) তেখেতে এইখন
গাঁৱত জন্মগ্ৰহণ কৰিছিল।
Ans : He was born in this
village.
(c) তেখেত মোৰ দেউতাৰ বন্ধু।
Ans : He is my father's
friend.
(d) তোমালোক এতিয়া দিল্লীত থাকা, নহয় জানো?
Ans : Now you live in Delhi,
don't you?
(e) তুমি অসমীয়া
লিখিব পাৰানে?
Ans : Can you write Assamese?
(f) অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা।
Ans : Please come to our
village in the next bihu.
(g) আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়।
Ans : The Bihu is not
celebrated on the stage in our village.
(h) কিছুমান ডেকা-গাভৰুৱে পথাৰত নাচে আৰু গান গায়।
Ans : Some youths dance and sing
in the field.
(i) তুমি আহিলে
এই বিহুনৃত্য উপভোগ কৰিব পাৰিবা।
Ans : If you come,
you can enjoy the Bihu dance.
(j) তোমাক লগ পালে মই বৰ আনন্দ পাম।
Ans : If I meet you, I
shall be glad.
2. HSLC - 1999
(i) তোমাৰ চিঠিখন
কালি পালো।
Ans :Yesterday I received your
letter.
(ii)এইমাত্ৰ তোমালৈ এখন চিঠি লিখিছো।
Ans : I have written a letter
to you just now.
(iii) তুমি চিঠি লিখি ভালপোৱা, নহয় নেকি?
Ans : You like writing letter,
don't you?
(iv) যদি গৰমৰ বন্ধত আহা, তোমাৰ লগত শ্বিলঙলৈ যাম।
Ans : If you come in summer vacation,
I will go to Shillong with you.
(v) শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল।
Ans : The climate of Shillong
is better than that of Guwahati.
(vi) আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে।
Ans : It has been raining here
for some days.
(vii) বৰষুণ শস্যৰ কাৰণে ভাল।
Ans : The rain is good for the
crops.
(viii) এইবাৰ বানপানীত বহুত শস্য নষ্ট হ'ল।
Ans : Much crops were
destroyed during this flood.
(ix) তুমি সাঁতুৰিব
জানানে?
Ans : Do you know how to swim?
(x) দেউতাই কৈছিল,"সাঁতোৰা এটা ভাল অভ্যাস।"
Ans : Father said,
"Swimming is a good exercise."
3. HSLC - 2000
(i) আমাৰ স্কুলত
এখন খেলপথাৰ আছে।
Ans : There is a playground in
our school.
(ii) আমি তাত ফুটবল খেলোঁ।
Ans : We play football there.
(iii) স্কুলৰ খেল প্ৰতিযোগিতাবোৰ ইয়াত পতা হয়।
Ans : The sports competitions
of the school are held there.
(iv) যোৱা বছৰ ৪০০ মিটাৰ দৌৰত মই প্ৰথম হৈছিলোঁ।
Ans : Last year I stood first
in the 400 metre race.
(v) তোমালোকৰ স্কুলত খেলপথাৰ আছে নে?
Ans : Is there any playground
in your school?
(vi) তুমি কি খেল আটাইতকৈ ভাল পোৱা?
Ans : Which game do you like
the best?
(vii) আজিকালি কিছুমান
ল'ৰা ছোৱালীয়ে খেলাৰ সলনি টেলিভিছন চায়।
Ans : Now-a-days some children
instead of playing watch television programmes.
(viii) আমি তেনে কৰা উচিত নহয়
Ans : We should not do like
that.
(ix) জীৱনত কৃতকাৰ্য
হ'বলৈ আমি চেষ্টা কৰোঁ আহা।
Ans : Let us try to be
successful in life.
(x) ভগৱানে আমাক সকলোকে সহায় কৰক।
Ans : May God help us all.
4. HSLC - 2001
(i) আমাৰ ঘৰৰ
সকলোৱে ৰাতিপুৱৰ সোনকালে উঠে।
Ans : All the members of our
family get up early in the morning.
(ii) যোৱা বছৰ গৰমৰ বন্ধত মই শ্বিলঙলৈ গৈছিলো।
Ans : I went to Shillong
during the summer vacation last year.
(iii) গীতা তিনিবছৰ বয়সৰ পৰা আমেৰিকাত আছে।
Ans : Geeta has been in
America since she was 3 years old.
(iv) তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলো।
Ans : When you came, I was
reading English.
(v) আমি খেলপথাৰ
পোৱাৰ আগত খেল আৰম্ভ হৈছিল।
Ans : The match had begun
before we reached the field.
(vi) কালি মই চুলি কটালো।
Ans : I had my hair cut
yesterday.
(vii) বাঘটো জিম কৰবেট নামৰ চিকাৰী এজনৰ দ্বাৰা নিহত হ'ল।
Ans : The tiger was killed by
a hunter named Jim Corbett.
(viii) তেওঁ মোক সুধিলে, "তুমি নৈখন সাঁতুৰি পাৰ হ'ব পাৰিবানে?
Ans : He said to me, "Can
you swim across the river?"
(ix) তুমি অকল
বুদ্ধিমানেই নহয়,পৰিশ্ৰমীও হ'ব লাগিব।
Ans : You need to be not
only intelligent but also diligent.
(x) তুমি কালি লগ পোৱা মানুহজন এজন ভাল সঙ্গীতজ্ঞ।
Ans : The man whom you met yesterday
is a good musician.
5. HSLC - 2002
(i) মামুৱে পুৱাই
উঠে।
Ans : Mamu gets up early in
the morning.
(ii) ল'ৰাবিলাকে সাঁতুৰি আছে।
Ans : The boys are swimming.
(iii) চিকাৰীজনে বাঘটো মাৰিলে।
Ans : The hunter killed the
tiger.
(iv) তেওঁলোকে ইয়াত এমাহ থাকিব।
Ans : They will stay here for
a month.
(v) প্ৰকাশ বৰুৱাই জানুৱাৰীৰ পৰা জ্বৰত ভুগি
আছে।
Ans : Prakash Barhua has been suffering
from fever since January.
(vi) তেওঁক সকলোৱে জানে।
Ans : Everybody knows him. /
He is known to all.
(vii) ডাক্তৰজন অহাৰ আগতেই ৰোগীজন মৰিল।
Ans : The patient had died
before the doctor came.
(viii) মধুমালা আহোতে বৰষুণ দি আছিল।
Ans : It was raining when
Madhumala came.
(ix) তেওঁ ইংৰাজী জানেনে?
Ans : Does he know English?
(x) শিক্ষকজনে কৈছিল,"সদায় সচাঁ কথা কবা।"
Ans : The teacher said,
"Always tell the truth."
6. HSLC - 2003
(i) মই এতিয়া
স্কুললৈ যাম।
Ans : Now I shall go to
school.
(ii) আমাৰ স্কুল
ন বজাত বহে।
Ans : Our school starts at
nine O'clock.
(iii) মই সদায় ঘণ্টা বজাৰ আগতে স্কুল পাওঁগৈ।
Ans : I always reach school
before the bell rings.
(iv) আমাৰ স্কুলত আজি এখন তৰ্ক প্ৰতিযোগিতা হ'ব।
Ans : There will be held a
debating competition in our school today.
(v) ময়ো তাত অংশ গ্ৰহণ কৰিম।
Ans : I shall also take part
in it.
(vi) মই ইংৰাজীতে ক'ম বুলি ঠিক কৰিছোঁ।
Ans : I have decided to take
part in it.
(vii) প্ৰধান শিক্ষকক আজি মই এই বিষয়ে ক'ম।
Ans : Today I shall tell the Headmaster
about this.
(viii) এনেবোৰ কথাত তেখেতে সদায় আমাক উৎসাহ দিয়ে।
Ans : He always encourages us
in such matters.
(ix) যোৱা বছৰৰ তৰ্ক প্ৰতিযোগিতাত মই প্ৰথম হৈছিলোঁ।
Ans : I stood first in the
last year's debating competition.
(x) মোৰ মাক-দেউতাই বৰ আনন্দ পাইছিল।
Ans : My parents felt very
glad.
7. HSLC - 2004
(i) আমাৰ গাওঁ
খন এটা পিচপৰা অঞ্চলত।
Ans : Our village is situated
in a backward area.
(ii) গাওঁখন সৰু, জনসংখ্যাও কম।
Ans : The village is small and
the population also is small.
(iii) প্ৰতিবছৰে ইয়াত বানপানী হয়।
Ans : Flood occurs here every
year.
(iv) গাঁৱৰ সৰহভাগ মানুহ খেতিয়ক আৰু বৰ দুখীয়া।
Ans : Majority of the people
in the village are farmers and very poor.
(v) প্ৰতিবছৰে বানপানীয়ে তেওঁলোকৰ প্ৰচুৰ ক্ষতি কৰে।
Ans : Every year the flood
does great loss to them.
(vi) আমাৰ গাঁৱত শিক্ষিত মানুহৰ সংখ্যাও অতি কম।
Ans : The number of educated
people too is very small in our village.
(vii) ইয়াত এখন প্ৰাথমিক বিদ্যালয় আছে।
Ans : There is only one
primary school here. / Here is only a primary school.
(viii) মই আৰু মোৰ ভনীজনীও তাতে পঢ়িছিলো।
Ans : My sister and I too read
there.
(ix) এতিয়া আমি এখন উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছোঁ।
Ans : Now we are reading in a
high school.
(x) আমি স্কুললৈ যাবলৈ বহুদূৰ খোজ
কাঢ়িব
লাগে।
Ans : We have to walk a long
distance
to go to school.
8. HSLC - 2005
(i) মই এজন
ভাৰতীয় নাগৰিক।
Ans : I am an Indian citizen.
(ii) ভাৰতবৰ্ষ এখন বিশাল দেশ।
Ans : India is a vast country.
(iii) অসম ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য।
Ans : Assam is a small
province of India.
(iv) ই ভাৰতৰ পূব দিশত অৱস্থিত।
Ans : It is situated in the
eastern side of India. / It is in the east of India.
(v) মোৰ অসমত জন্ম হৈছিল।
Ans : I was born in Assam.
(vi) বৰ্তমান মোৰ বাসস্থান গুৱাহাটীত।
Ans : At present my residence
is in Guwahati.
(vii) গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ চহৰ।
Ans : Guwahati is the largest
city of Assam.
(viii) ইয়াৰে এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত মই পঢ়ি আছোঁ।
Ans : I am reading in an
Assmese medium school here.
(ix) মোৰ দেউতা আমাৰ বিদ্যালয়ৰে অধ্যক্ষ।
Ans : My father is the
principal of our school.
(x) আমাৰ বিদ্যালয়খনৰ উন্নতিৰ বাবে দেউতাইপৰিশ্ৰম কৰে।
Ans : Father labours hard for
the development of the school.
9. HSLC - 2006
(i) আমাৰ বিদ্যালয়ৰ
সন্মুখত এখন খেলপথাৰ আছে।
Ans : There is a playground in
front of our school.
(ii) আমি মাজে সময়ে তাত খেলা-ধূলা কৰোঁ।
Ans : We play there occasionally.
(iii) শিক্ষকসকলে আমাক খেলিবলৈ উৎসাহ দিয়ে।
Ans : The teachers inspire us
to play.
(iv) আমাৰ প্ৰধান শিক্ষকে কয়, "তোমালোকে খেলত ভাগ লব লাগে। ই স্বাস্থ্যৰ বাবে উপকাৰী।"
Ans
: Our headmaster says, "You should take part in games and sports.
It is useful for health."
(v) সপ্তাহত এদিনকৈ আমাক খেলিবলৈ দিয়া হয়।
Ans : We are allowed to play
one day in a week.
(vi) মই ফুটবল অথবা ভলীবল খেলোঁ।
Ans : I play football or
volleyball.
(vii) আন কিছুমানে ক্ৰিকেট খেলে।
Ans : Some others play
cricket.
(viii) বন্ধৰ দিনত আমি ইয়ালৈ খেলিবলৈ আহোঁ।
Ans : We come here to play in holidays.
(ix) দুই-এজন ডেকা শিক্ষকেও আমাৰ লগত খেলিবলৈ আহে।
Ans : A few young teachers
also come to play with us.
10. HSLC - 2007
(i) আমি এখন
গাঁৱত বাস কৰোঁ।
Ans : We live in a village.
(ii) গাওঁখন চহৰৰ পৰা বেছি আঁতৰত নহয়।
Ans : The village is not far
from the town.
(iii) ঘৰত মোৰ মাক-দেউতা আৰু ভনী এজনী আছে।
Ans : I have in my home my
parents and a sister.
(iv) দেউতাই আমাৰ নিজৰ মাটীত খেতি কৰে।
Ans : Father does cultivation
in our own land.
(v) তেখেতক সহায় কৰিবলৈ দুজন বনুৱাৰ ৰাখিছে।
Ans : He has also kept two
labours to help him.
(vi) আমাৰ লাগতীয়াল বহুতো বস্তু আমি কিনিব নালাগে।
Ans : We need not to buy many
of the things essential for us.
(vii) সেইবোৰ আমাৰ পথাৰতে উৎপন্ন হয়।
Ans : They are produced in our
fields./Those are grown in our field.
(viii) আমাৰ এটা মাছ পোহা পুখুৰীও আছে।
Ans : We have also a fishery.
(ix)কালদিয়া নৈখন আমাৰ ঘৰৰ মাজেদি বৈ গৈছে।
Ans : The river Kaldia flows
by our village.
(x) মাজে সময়ে
আমি নৈত মাছ ধৰোঁ।
Ans : Occasionally we catch
fish in the river.
11. HSLC - 2008
(i) বেলি পূবত
উঠে আৰু পশ্চিমত মাৰ যায়।
Ans : The sun rises in the
east and sets in the west.
(ii) তোমালোক এতিয়া
কি কৰি আছা?
Ans : What are you doing now?
(iii) আমি সদায় নদীৰ পাৰত ফুৰোঁ।
Ans : We always walk on the
river bank.
(iv) ছোৱালীজনীয়ে গান গাই আছে।
Ans : The girl is singing.
(v) তুমি গাড়ী চলাব পাৰা নে?
Ans : Can you drive a car?
(vi) তেওঁৰ ভাগৰ
লাগিছে।
Ans : He is tired.
(vii) ল'ৰাটোক বুধিয়ক যেন লাগে।
Ans : The boy seems to be
intelligent.
(viii) যোৱামাহত মই তিতাবৰলৈ গৈছিলোঁ।
Ans : I went to Titabar last
month.
(ix) তাত মোৰ মাক-দেউতা থাকে।
Ans : My parents live there.
(x) তেওঁলোক তাত জন্মৰ পৰাই আছে।
Ans : They have been there
since they were born.
12. HSLC - 2009
আজি দেওবাৰ। আমাৰ দেউতাও ঘৰত থাকিব। তেখেত চৰকাৰী চাকৰিয়াল। মই আৰু মোৰ ভাইটো আজি চিৰিয়াখানা চাবলৈ যাম। যোৱা কালি আমি দেউতাৰ পৰা অনুমতি বিচাৰিলোঁ তেখেতে ক'লে, "আৰু কোনোবা যাবনে কি?" মই কলো যে আমাৰ লগত অইন কোনো নাযায়। আমি দুয়োজন একেলগে যাম। তেতিয়া দেউতাই ক'লে---"তেনেদৰে যাব নোৱাৰা। মই তোমালোকক গাড়ীৰে লৈ যাম।
Ans : Today is Sunday. Our father also will be at home. He is a government employee. My brother and I shall go to visit the zoo today. Yesterday we sought permission from father. He said, "Will someone else go with you?" I told that no one else go with us. We two would go together. Then father said, "You cannot go like that. I shall take you by car."
13. HSLC - 2010
ৰাজীৱ
আৰু মই একে শ্ৰেণীতে পঢ়োঁ।
Rajib and I read in the same class.
ৰাজীৱৰ
দেউতাক আমাৰ শিক্ষক।
Rajib's father is our teacher.
তেখেতে
আমাক বিজ্ঞান শিকায়।
His father teaches us Science.
আজি
মই স্কুললৈ যাব পৰা নাছিলো।
Today I could not go to school.
মোৰ
মাৰ অসুখ হৈছিল।
My mother was ill.
মই
ডাক্তৰ মাতিবলৈ গৈছিলো।
I went to call a doctor.
আবেলি
মই ৰাজীৱক লগ পাবলৈ গ'লো।
I went to meet Rajib in the evening.
শ্ৰেণীত
কি শিকোৱা হ'ল মই জানিব
খুজিছিলো।
I wanted to know what was taught in the
class.
ৰাজীৱৰ
দেউতাকে মোক সুধিলে, "আজি তুমি স্কুললৈ যোৱা নাই, নহয়নে?"
Rajib's father said to me, "You
haven't gone to school today, have you?
মই
তেখেতক ক'লো যে মোৰ মাৰ অসুখ।
I told him that my mother was ill.
14. HSLC - 2011
ললিতা
এজনী মেধাবী ছাত্ৰী।
Lalita is a meritorious student.
এবছৰ
আগতে তাইৰ মোমায়েকে এখন ইংৰাজী অভিধান তাইক উপহাৰ দিছিল।
Her maternal uncle presented her an English
dictionary a year ago.
তেওঁ
তাইক কৈছিল -- "এটা ভাষা শিকাত অভিধান এখন প্ৰয়োজনীয় আহিলা,নহয়
নে?
He said to her, "A dictionary is a essential
tool in learning a language,Isn't it?"
যদি
তুমি নতুন শব্দ এটা পোৱা,অভিধানত শব্দটো চাবা আৰু তাৰ অৰ্থ আৰুব্যৱহাৰ
শিকিবা।
If you find a new word, you look it up the
dictionary and learn its meaning and usage.
অভিধান
কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ তাইক শিকালে।
He taught her how to use a dictionary.
উপহাৰটো
সঁচাকৈ ললিতাক অনুপ্ৰাণিত কৰিলে।
The present has really inspired Lalita.
তেতিয়াৰে
পৰা অভিধানখন পঢ়া কোঠাত তাইৰ সংগী হৈ আছে।
The dictionary has been her helper in her
study room since then.
এতিয়া
পৰীক্ষাৰ কাৰণে তাই খুউব পঢ়ি আছে।
Now she is reading very much for the
examination.
15. HSLC - 2012
(a) সজ নাগৰিকসকল
দেশ এখনৰ সম্পদ।
Ans : Good citizens are resources
of a country.
(b) দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰতনিৰ্ভৰ কৰে।
Ans : Development of a country
depends on them.
(c) ছাত্ৰ অৱস্থা হ'ল প্ৰস্তুতিৰ সময়।
Ans : Students life is the
time for preparation.
(d) এই সময়তে ছাত্ৰ-ছাত্ৰীসকলে সজ অভ্যাসবোৰ অনুশীলন কৰা উচিত।
Ans : It is during this
time that the students should practise the good habits.
(e) তেতিয়াহে তেওঁলোক
ভৱিষ্যতে সুনাগৰিক হ'ব পাৰিব।
Ans : Then only they can be
good citizens in future.
(f) এই ক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰে।
Ans : Teaches may help the
students in this regard.
16. HSLC - 2013
(a) গছৰ পাতবোৰ
সেউজীয়া।
Ans : Leaves are green.
(b) গছে আমাক ফুল, ফল আৰু ছাঁ দিয়ে।
Ans : Trees give us flower,
fruit and shade.
(c) জ্ঞানী লোকে
কয়, "এজোপা গছ দহজন পুতেকৰ সমান।"
Ans : Wise man says,
"A tree is equal to ten sons."
(d) তুমি গছৰ যতন কৰানে?
Ans : Do you take care of
tree?
(e) পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি গছৰ যতন কৰিবলৈ লাগিব।
Ans : We must take care
of trees to keep the earth green.
(f) গছ আৰু
প্ৰাণীবোৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল।
Ans : Trees and animals
are dependent on each other.
17. HSLC - 2014
(a) অসম এখন
ধুনীয়া প্ৰদেশ।
Ans : Assam is a
beautiful province.
(b) ই ভাৰতবৰ্ষৰ
উত্তৰ-পূব প্ৰান্তত অৱস্থিত।
Ans : It is situated in
the north eastern part of India.
(c) শ্ৰীমন্ত শঙ্কৰদেৱ অসমৰ মহানতম ব্যক্তি।
Ans : Srimanta Sankardev
is the noblest person of Assam.
(d) মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে।
Ans : One should always
love one's fellowmen.
(e) তুমি মটৰ গাড়ী চলাব জানানে?
Ans : Do you know how to
drive a car?
(f) শিক্ষক জনে
ৰমেনক কলে,"আলিবাট পাৰ হওঁতে সাৱধান হবা।"
Ans : The teacher said to
Ramen, "Be careful while crossing the road."
18. HSLC - 2015
(i) মায়ে মোক
সুধিছিল, "সচাঁ কথা কৈছানে?"
Ans : Mother said to me,
"Are you speaking the truth?"
(ii) মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই।
Ans : I can hardly swim.
(iii) তুমি কেতিয়াবা সিংহ দেখিছানে?
Ans : Have you ever seen
a lion?
(iv) যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ।
Ans : The man who came to
our school I know him.
(v) মই নহালৈকে
তুমি ৰ'বা।
Ans : Wait until I come.
19. HSLC - 2016
(i) এইখন কিতাপ
মোৰ আৰু সেইখন তোমাৰ।
Ans : This book is mine
and that's yours.
(ii) সোন এবিধ মূল্যবান ধাতু।
Ans : Gold is a valuable
metal.
(iii) অনুগ্ৰহ কৰি তেওঁক দৰ্জাখন খুলিব কোৱা।
Ans : Please tell him to
open the door.
(iv) তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলোঁ।
Ans : I was reading a
newspaper when he came.
(v) আলিবাট পাৰ হওঁতে সাবধান হ'বা।
Ans : Be careful while
cross the road.
20. HSLC – 2017
(i) পৃথিৱীখন ঘূৰণীয়া।
Ans : The earth is round.
(ii) তেওঁ লোকক ভিতৰলৈ আহিব দিয়া।
Ans : Let them come in.
(iii) তুমি নিতৌ কিমান সময় লিখা পঢ়া কৰা ?
Ans : How much time do
you spend daily in your study?
(iv) আজি ৰাতি বৰষুণ দিব পাৰে।
Ans : It may rain
tonight.
(v) বুঢ়া মানুহজনে
বৰ লাহে লাহে কথা কয়।
Ans : The old man speaks very
slowly.
21. HSLC - 2018
(a) মীনা যেনেকুৱা
বুদ্ধিয়ক, লীলাও তেনেকুৱা।
Ans : Lila is as
intelligent as Mina.
(b) জোনে ৰাতিহে
পোহৰ দিয়ে।
Ans : Moon gives light at
night.
(c) তুমি কালি
স্কুললৈ গৈছিলানে?
Ans : Did you go to
school yesterday?
(d) সি ককায়েকক খুব ভাল পায়।
Ans : He loves his
grandfather too much.
(e) ৰিণ্টুৱে কৈছিল, "এইটো কি সুন্দৰ পুতলা!"
Ans : Rintu said, "What a
beautiful toy it is !"
22. HSLC - 2019
(a) যদুৱে মোক
সুধিছিল, "ৰাজু ইংৰাজীত ভালনে?
Ans : Jadu asked me,
"Is Raju good in English?"
(b) দোকমোকালিতে শোৱাৰ পৰা উঠাটো তেওঁৰ অভ্যাস।
Ans : Getting up early in
the morning is his habit. / It's his habit to get up early in the morning.
(c) মিছা কথা কোৱা উচিত নহয়।
Ans : One should not tell
a lie.
(d) সৌ গছডাল ইমান ওখ!
Ans : How much tall the
tree is!
(e) কিতাপখন টেবুলৰ ওপৰত আছে।
Ans : The book is on the
table.
23. HSLC -2020
(i) আকাশত মেঘ নাছিল ৷(ii) শিক্ষকজনে কৈছিলে , " সদায় সচা কথা কবা "
(iii) তুমি নৈখন সাঁতুৰি পাৰ হ'ব পাৰিবানে ?
(iv) প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে ৷
(v) মৌ খাবলৈ মিঠা ৷
(vi) মোৰ এটা কলমৰ প্ৰয়োজন ৷
Ans:
(i) There was no cloud in the sky .
(ii) The teacher said , " Always tell the truth "
(iii) Can you swim across the river ?
(iv) The promise is to be protected.
(v) Honey is sweet to eat .
(vi) I need a pen .
(b) ইটানগৰ অৰুণাচলৰ ৰাজধানী।
(c) ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় অৰুণাচলৰ ৰোনো হিলচত অৱস্থিত।
(d) নানা জাতি-উপজাতিৰ লোক এই প্ৰদেশত বাস কৰে।
(e) অৰুণাচলক সূৰ্য উঠা দেশ বুলি কোৱা হয়।
(f) তুমি কেতিয়াবা অৰুণাচললৈ গৈছানে?
(a) The natural scenery of Arunachal is beautiful.
(b) Itanagar is the capital city of Arunachal.
(c) Rajiv Gandhi University is situated at Reno Hills of Arunachal.
(d) People of different tribes and sub-tribes live in this state.
(e) Arunachal is called the land of rising sun.
(f) Have you ever gone to Arunachal?
(a) অসমৰ চাহপাত জগত বিখ্যাত।
(b) মানুহজন সিমান চহকীও নহয় নাইবা সিমান দুখীয়াও নহয় ।
(c) গুৱাহাটীত এখন চিৰিয়াখানা আছে।
(d) ৰমেন ক’ত থাকে তুমি জানানে?
(e) চোৰটোক গাঁৱৰ পৰা খেদি দিয়া হৈছিল।
(f) ৰূপ সোণৰ সমান মূল্যবান নহয়।
(a) Assam’s tea is world famous.
(b) The man is neither so rich nor so poor.
(c) There is a zoo in Guwahati.
(d) Do you know where Ramen lives?
(e) The thief was chased away from the village.
(f) Silver is not as valuable as Gold
Translate the following sentences into English:
(a) বিপাশা এজনী বুদ্ধিমতী ছোৱালী। |(b) যোৱা বছৰেকীয়া পৰীক্ষাত তেওঁ শ্ৰেণীত প্রথম হৈছে।
(c) বিপাশাই নাচিব আৰু গান গাবও পাৰে।
(d) বিপাশাৰ দেউতাক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক৷
(e) তেখেত এজন সৰবৰহী আৰু আদৰ্শবান লোক।
(a) Bipasha is an intelligent girl.
(b) She stood first in the class in the last annual examination.
(c) Bipasha can dance and also sing.
(d) Bipasha’s father is a professor at Gauhati University.
(e) He is a popular and ideal person.
Additional Important Assamese to English Translation for Class 10
তেওঁ ভালকৈ ইংৰাজী কয় : He speaks English well.
তাই খুব পৰিশ্ৰম কৰিব পাৰে : She can work hard.
লৰালৰিকৈ আহিব নোৱাৰানে ? Can't you come quickly ?
কালি তাই ইয়াত গান গাইছিল : Yesterday she sang here.
তুমি ক'লৈ যোৱা ? Where are you going ?
উত্তৰঃ নাই, কলৈকো নাযাওঁ : A. Nowhere.
তোমাৰ ভায়েৰাক মোৰ কৰবাত দেখা মনত আছে :
Ans- I remember having seen your brother somewhere.
প্রীতম এজন মেধাবী ছাত্র ৷
Ans- Pritom is a talented student.
তেওঁ নিয়মিতভাবে কঠোৰ পৰিশ্রম কৰে ৷
Ans- He labours hard regularly.
তেওঁৰ জীৱনৰ লক্ষ্য এইয়ে যে,তেওঁ এজন ভাল চিকিৎসক হ’ব ৷
Ans- His aim of life is that he will be a good doctor.
সফলতা এজনৰ পৰিশ্রমৰ ওপৰত নিৰ্ভৰ কৰে ৷
Ans- Success depends on one’s labour.
যদি কঠোৰ পৰিশ্রম কৰা তুমিও সফল হবা ৷
Ans- If you labour hard, you will also succeed.
তেওঁক ক'ৰবাত দেখিছিলানে ? : Did you see him anywhere ?
মই কাজিৰঙালৈ তিনিবাৰ গৈছোঁ : have been to kaziranga three times.
দেউতা কালি আহিল : Father came yesterday.
তেওঁ এতিয়া পঢ়িছে : He is reading now.
তেওঁ এতিয়াও কিতাপখন পঢ়ি শেষ কৰা নাই : He hasn’t finished the book yet.
মোৰ ভাইটো এতিয়াও স্কুলতে আছে : My brother is still at school.
তেওঁ এতিয়াও শুই আছে : He is still in bad.
তুমি এতিয়াও গা ধোৱা নাই ? haven’t you had your bath yet ?
তেওঁ সদায় সময়মতে আহাৰ খায় : He is always in the time for meals.
মই কাচিৎহে কফি খাওঁ : I seldom drink coffee.
তুমি সদায় ফুটবল খেলা, মই কিন্তু কেতিয়াবা খেলোঁ : You always play football, but I sometimes
do.
তালৈ নাযাবলৈ তোমাক প্ৰায়ে কোৱা হৈছে : You have often been told not to go there.
তেওঁ মাহে দুবাৰকৈ ঘৰলৈ যায় : He goes home twice a month.
তুমি কেতিয়াবা সিংহ দেখিছানে ? have you ever seen a lion ?
ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে ৷
Ans- It has been raining since morning.
তেওঁ এইমাত্র আহি পালে ৷
Ans- He has arrived just now.
তেওঁ ইয়াত এসপ্তাহলৈ থাকিব ৷
Ans- He will stay here for a week.
তেওঁ মোক সুধিছিল, “তুমি কালি স্কুললৈ নাহিলা কিয়?”
Ans- He asked me, “Why didn’t you come to school yesterday?”
সি কেতিয়া আহিব মই নাজানো ৷
Ans- I don’t know when he would come.
অসমৰ চাহ বৰ ভাল ৷
Ans-The tea of Assam is very good.
গীতাই নিলিখেওঁ নপঢ়েওঁ ৷
Ans- Geeta neither writes nor reads.
তুমি দিল্লীৰ লালকিল্লা দেখিছানে?
Ans- Have you seen the Redfort of Delhi?
বজাৰত যোৱাৰ বাটত মই ৰবীনক লগ পাইছিলো৷
Ans- I met Robin on the way of market.
ফুটবল খেলিবলৈ মই খুব ভাল পাওঁ ৷
Ans- I like very much to play football.
Translate into English:
-
মায়ে মোক সুধিছিল, “সঁচা কথা কৈছানে?”
- মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই!
- তুমি কেতিয়াবা সিংহ দেখিছানে?
- যিজন মানুহ আমাৰ ঘৰলৈ আহিছিল মই তেখেতক চিনি পাওঁ
- মই নহালৈকে তুমি ৰবা।
- তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলো ৷
- আমাৰ শ্রেণীতে মাত্র কেইজনীমানহে ছোৱালী আছে৷
- মানুহজন ইমান দুৰ্বল যে খোজ কাঢ়িবই নোৱাৰে৷
- তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলো ৷
- মই কালি চুলি কাটিলো ৷
- শিক্ষকে কৈছিল, “তুমি চাইকেল চলাব জানানে?”
- তুমি দিল্লীলৈ গৈছানে ?
- তাই সদায় খোজকাঢ়ি স্কুললৈ যায় ৷
Hello Students, Are you looking for English Grammar Notes in PDF that you can download? Here you can download Click on below:
- Determiners (Click Here)
- Correct Tense (Click Here)
- Narration (Click Here)
- Voice Change (Click Here)
- Preposition (Click Here)
- Synthesis of Sentence (Click Here)
- Translation (Click Here)