-->

Jan 5, 2022

MCQ Questions for Class 10 Science with Answers Assamese Medium

HSLC SEBA Multiple Choice Questions (MCQs) for Class 10 Science with Answers Assamese Medium. Dear Reader, Here you will find some of the important questions of General Science for Class 10 Assam SEBA Board Exam.

 

For each question given below four answers are given. Out of four only one answer is correct. Select the correct answer.

তলৰ প্রতিটো প্ৰশ্নৰ বাবে চাৰিটাকৈ উত্তৰ দিয়া আছে। তাৰে মাত্ৰ এটাহে শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰটো বাছি উলিওৱা।

1. Fe2O3+ 2Al -> AL2O3 + 2Fe

ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ
(a) এটা সংযোজন বিক্ৰিয়া

(b) এটা অপসাৰণ বিক্ৰিয়া

(c) এটা দ্বি-অপসাৰণ বিক্ৰিয়া

(d) এটা বিয়োজন বিক্ৰিয়া

উত্তৰ: (১) এটা অপসাৰণ বিক্ৰিয়া

 

2. দন্তক্ষয়ৰ সূচনা হয় যদি মুখৰ ভিতৰৰ PH ৰ মান কম হয়-
(a) 8.0

(b) 7.0

(c) 5.5

(d) 3.5

উত্তৰ: (c) 5.5

 

3. তলৰ কোনটো ধাতু তৰল?
(a) পাৰা

(b) ব্ৰ'মিন

(c) ছডিয়াম

(d) কেলছিয়াম

উত্তৰ: (a) পাৰা

 

4. ইথেনৰ অণু এটাত -
(a) 7 টা সহযোজী বান্ধনি থাকে

(b) 10 টা সহযোজী বান্ধনি থাকে

(c) 6 টা সহযোজী বান্ধনি থাকে

(d) 4 টা সহযোজী বান্ধনি থাকে

উত্তৰ: (a) 7 টা সহযোজী বান্ধনি থাকে

 

5. 20 আৰু 30) মানৰ দুটা ৰোধক সমান্তৰালভাৱে সংযোজগ কৰিলে সমতুল্য ৰোধৰ মান হ'’ব--
(a)-02 (b) 1.20 (c) 02 (d) 05
উত্তৰ: (b) 1.20
 

6. তলৰ কোনটো মৌল আধুনিক পৰ্যাবৃত্ততলিকাৰ বৰ্গ 2ত অন্তৰ্ভুক্ত নহয়?
(a) Be (b) Na (c) Mg (d) Ca

উত্তৰ: 2 (b) Na

 

7. পাইৰুভেট অণু ভাঙি কাৰ্বন-ডাই-অহিড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সংঘটিত হয়---
(a) চাইট'প্লাজমত

(b) মাইট'কণ্ডৰিয়াত

(c)ক্ল'ৰ'প্লাষ্টত

(d) কোষকেন্দ্ৰত

উত্তৰ : (b) মাইটকণ্ডিয়াত

 

8. দুটা নিউৰণৰ মাজৰ খালী ঠাইক কোৱা হয়----
The gap between two-neurons is called-----
(a) ডেনড্ৰাইট (Dendrite)
(b) চাইনেপচ
(Synapse)
(c) এক্সন (Axon)
(d) প্ৰেৰণা (Impulse)

উত্তৰ: (d) চাইনেপছ

 

9. তলত দিয়া কোনবিধ প্ৰজননত জিনীয় উপাদানৰ বিনিময় হয়?
(a) অযৌন প্রজনন

(b) যৌন প্রজনন

(c) পুনৰুৎংপাদন

(d) মুকুলন

উত্তৰ: (b) যৌন প্রজনন

 

10. পুৰুষৰ ক্ষেত্ৰত লিঙ্গ নিৰ্ণায়ক ক্ৰ’ম'জমবোৰ হ’ল
(a) yy (b) xx (c) yyy (d)xy

উত্তৰ: (d) xy

 

11. এখন অৱতল লেন্ছত প্ৰতিবিম্বৰ আকাৰ অতিশয় সংকুচিত আৰু বিন্দু আকাৰৰ হ’বলৈ লক্ষ্যবস্তুৰ অৱস্থান---
(a) ফ’কাছত

(b) ভাজবেন্দ্ৰত

(c) অসীমত

(d) অসীম আৰু ভাজকেন্দ্ৰৰ মাজত

উত্তৰ: (c) অসীমত

 

12. সৌৰকৌোষ তৈয়াৰ কৰাৰ বাবে কোনবিধ মৌল ব্যৱহাৰ কৰা হয় ?
(a) এলুমিনিয়াম (b) কপাৰ (c) ছিলিকন (d) সোণ

উত্তৰ (c) ছিলিকন

 

13. পৰিস্থিতি তন্ত্ৰ এটাৰ তলত উল্লেখিত কোনটো ভাগত বেক্ট্ৰেৰিয়াসমূহক শ্ৰেণীভুক্ত কৰা হয়?
(a) উৎপাদক

(b) প্ৰাথমিক উপভোক্তা

(c) দ্বিতীয় উপভোক্তা

(d) বিয়োজক

উত্তৰ: (d) বিয়োজক

 

14. তলৰ কোনটো জীৱ-অনিম্নিকৰণ পদাৰ্থ?
(a) কাঠ (b) কাগজ (c) কপাহ (d) প্লাষ্টিক

উত্তৰ: (d) প্লাষ্টিক

 

15. তলৰ কোনটো সংযোজন বিক্ৰিয়া নহয়?
Which of the following is not a combination reaction?
(a) Fe2O3+2Al ----> AI2O3+ 2Fe
(b) 2Mg + O2 ----> 2MgO
(c) CaO + CO2 ----> CaCO3
(d) C +O2 ---->CO2

Ans: (a) Fe2O3+2Al ----> Al2O3+ 2Fe


16. তলৰ কোনটো ধাতু সক্ৰিয়তা শ্ৰেণীৰ আটাইতকৈ সক্ৰিয় ধাতু?
Which of the following metal is the most reactive in reactivity series?
(a) Cu
(b) Au
(c) Ag
(d) K

Ans: (d) K


17. ইথানলৰ কাৰ্যকৰীমূলক হ’ল----
The functional group present in ethanol is-
(a) এলকহলীয় মূলক (Alcoholic group)
(b) এলডিহাইড মূলক (Aldehyde group)
(c) কাৰ্বক্সিল মূলক  (Carboxy! group)
(d) কিট’ন (Keton group)

Ans: (a) এলকহলীয় মূলক (Alcoholic group)
 

18. আধুনিক পৰ্যাবৃত্ত তালিকাৰ 17 ৰ মৌলবোৰৰ যোজ্যতা--
The valency of 17th group of elements in the modern periodic table is-
(a) 17
(b) 7
(c) 1
(d) 0

Ans: (c) 1
 

19. স্ব-পোষীয় পুষ্টিত প্ৰয়োজন হয়-
The autotrophic mode of nutrition requires-
(a) CO2 and H2O (CO2 আৰু H2O)
(b) পত্ৰহৰিৎ (Chlorophyll)
(c) সূৰ্যৰ পোহৰ (Sun light)
(d) ওপৰৰ আটাইকেইটা (All of the above)

Ans: (d) ওপৰৰ আটাইকেইটা (All of the above)
 

20. দন্তক্ষয়ৰ সূচনা হয়, যদি মুখৰ ভিতৰত pH ৰ মান কম হয়-
Tooth decay starts if the pH of mouth falls below-
(a) 0.8  
(b)7.0
(c) 5.5
(d) 3.5

Ans: (c) 5.5

21. গোলাকাৰ দোপোনৰ ভাঁজ ব্যাসাৰ্ধ (r) আৰু ফ’কাছ দৈৰ্ঘ্য (f) ৰ সম্পৰ্ক হ'’ল--
The relation between centre of curvature (r) and focal length (f) of a spherical mirror is---
(a) f = 2r
(b) r= 1/2
(c) f= r/2
(d) r=f

Ans: (c) f= r/2

22. R1Ωআৰু R2Ω ৰ দুটা ৰোধক সমান্তৰাল ভাবে সংযোগ কৰিলে সমতুল্য ৰোধৰ মান হ ব-
If the resistance of R1Ω and R2Ω are arranged parallel connection, the equivalent resistance will be-
(a) (R1 +R2)Ω  
(b) (1/R1+1/R2)Ω
(c) ( R1R2/R1+R2)Ω
(d) (R1+R2/R1R2)Ω

Ans:

23. মধুমেহ ৰোগত ভোগা মানুহে তলৰ কোনকেইটা হৰমন নিঃসৰণ কৰিব নোবাৰে?
People suffering from diabetes mellitus are unable to secret--
(a) ইনচুলিন (Insulin)
(b) এজ্ৰিনেলিন (Adrenaline)
(c) থাইৰক্সিন (Thyroxin)
(d) এষ্ট্ৰ'জেন (Oestrogen)

Ans: (a) ইনচুলিন (Insulin)

24. তলৰ কোনটো জীৱ অনিম্নকৰণ পদাৰ্থ?
Which of the following is a non biodegradable substance?
(a) কাঠ (Wood)
(b) কাগজ (Paper)
(c) কপাহ (Cotton)
(d) প্লাষ্টিক (Plastic)

Ans: (d) প্লাষ্টিক (Plastic)

 

25. পানীৰ প্ৰতিসৰণাংক হ’ল----
The refractive index of water is-
(a) 1.0003
(b) 1.33
(c) 1.54
(d) 2.42

Ans:

26. তলৰ কোনটো ডবাৰেইনাৰ ট্ৰীয়াডৰ এটা উদাহৰণ-----
Which of the following is an example of Dobereiners Triads
(a) Na, K, Ca
(b) Li, Na, K
(c) Cl, Br, F
(d) Pb, Ni, Ag

Ans:

27. এটা দ্রবই নীলা লিটমাছ দ্ৰৱক ৰঙা কৰে। দ্ৰৱটোৰ pH হ'ল 

A solution turns blue litmus red. The pH of the solution is—
(a) 4
(b) 7
(c) 1
(d) 8

Ans:

28. Mg (s) + CuSo4 (aq) —> MgSo, +Cu(s) হৈছে এটা (is a)
(a) প্ৰতিষ্ঠাপন বিক্ৰিয়া (Displacement reaction)
(b) সংযোজন বিক্ৰিয়া (Compination reaction)
(c) বিয়োজন বিক্ৰিয়া (Decomposition reaction)
(d) ওপৰৰ এটাও নহয় (None of these)

Ans:

29. অৱতল দাপোনত প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান হ'বলৈ হ’লে, লক্ষ্যবস্তুৰ অৱস্থান হ’ব---
Where should an object be placed infront of a concave mirror to get an equal image of the size of the object.
(a) ফ'কাছত (At focus)
(b) ফ'কাছ আৰু মেৰুৰ মাজত (Between the focus and the pole)
(c) ভাজকেন্দ্ৰত (At the centre of carvature)
(d) অসমীত (Infinity)

Ans:

30. তলৰ কোনটো মৌল ''ধাতুকল্প''?
Which of the following element is metalloid?
(a) Hb
(b) Zn
(c) Sb
(d) Be

Ans:

31. তলৰ কোনবিধ শক্তি নবীকৰণ কৰিব নোৱাৰি---
Which of the following energy is not renewable.
(a) জলশক্তি (Hydro energy)
(b) বতাহ শক্তি (Wind energy)
(c) সমুদ্ৰ শক্তি (Occan energy)
(d) কয়লা শক্তি (Coal energy)

Ans:

32. তলৰ কোনটো আপেক্ষিক ৰোধৰ এছ. আই. একক।
Which of the following ts the S.I. Unit of specific resistance.
(a) ওম (ohm)
(b) নিউটন মিটাৰ (Newton meter)
(c) ওম-মিটাৰ (ohm meter)
(d) ভল্ট (volt)

Ans:

33. জৈৱ গেছৰ প্রধান উপাদান হ’ল---
The main constituent of biogas is
(a) হাইড্ৰ’জেন (Hydrogen)
(b) বিউটেন (Butane)
(c) ইথেন (Ethane)
(d) মিথেন (Methane)

Ans:

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post