Aug 20, 2021

দুডাল ৰঘীৰ দৈৰ্ঘ্য ক্ৰমে 64 ছেঃমিঃ আৰু 80 ছেঃমিঃ। দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে।

Q. দুডাল ৰঘীৰ দৈৰ্ঘ্য ক্ৰমে 64 ছেঃমিঃ আৰু 80 ছেঃমিঃ। দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব?

 

সমাধান

ইউক্লিডৰ  কলনবিধি  ব্যৱহাৰ  কৰি  পাঁও 

80 = 64 ×  1  + 16

64 = 16  ×  4  + 0

 

এতেকে, 64 আৰু  80 :সা:: ' 16


গতিকে ৰছী টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য 16 ছেঃমিঃ

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post