-->

Oct 9, 2021

তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোনৰ প্ৰকাৰ লিখা। (i) গাড়ীৰ পিছলৈ চোৱা দপোন। (ii) দাড়ি খুৰোৱা দাপোন।

Q. তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোনৰ প্ৰকাৰ লিখা।
(i) গাড়ীৰ পিছলৈ চোৱা দপোন।
(ii) দাড়ি খুৰোৱা দাপোন।
 

Mention the types of mirrors used as (i) rear view mirrors,
(ii) shaving mirrors. List two reasons to justify your answers in each case.


Ans: (i) উত্তল দাপোন (Convex mirror): কিয়নো ই বস্তুবোৰৰ ভাৰ্চুৱেল আৰু থিয় প্ৰতিচ্ছবি প্ৰস্তুত কৰে।
 

(ii) অবতল দাপোন (Concave mirror) কাৰণ: যেতিয়া মুখখন অৱতল দাপোনৰ দেখা হয়, তেতিয়া অৱতল দাপোনত মুখমণ্ডলৰ এক বৰ্ধিত প্ৰতিচ্ছবি দেখা যায়। ই মসৃণ দাঢ়ি বনাবলৈ সহায় কৰে।

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post