-->

Oct 11, 2021

তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।

Q. তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।    

What does one mean by exothermic and endothermic reactions? Give examples.

             
Ans: যি বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলে। যেনে-
 

প্ৰাকৃতিক গেছৰ দহন: CH4 (g) + 2O2 (g) → CO2 (g) + 2H2O(g) + তাপ
 

প্ৰাকৃতিক গেছৰ দহনৰ ফলত প্ৰচুৰ পৰিমানে তাপ উত্পন্ন হয়। গতিকে ই এটা তাপবৰ্জী বিক্ৰিয়া।

         আনহাতে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াটো সংঘটিত হবলৈ শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে। যেনে-

2AgCl (s) → 2Ag(s) + Cl2(g) (সূৰ্যৰ পোহৰৰ উপস্থিতিত)

এই বিক্ৰিয়াটো সূৰ্যৰ পোহৰৰ পৰা শক্তি শোষণ কৰিহে সম্পন্ন হয়। গতিকে ই এটা তাপগ্ৰাহী বিক্ৰিয়া।

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post