-->

Oct 10, 2021

ইতৰ পৰাগযোগ কি ? What is Cross Pollination?

Q. ইতৰ পৰাগযোগ কি ? What is Cross Pollination?      

 
Ans: এপাহ ফুলৰ পৰাগৰেণু  আন এপাহ ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমুন্ডলৈ স্থানান্তৰিত হোৱাকে ইতৰ পৰাগযোগ বোলে। পতংগ আৰু বতাহৰ সহায়ত প্ৰকৃতিত পৰাগযোগ হয়।

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post