-->

Oct 9, 2021

F1 অণু আৰু F2 জনুৰ মাজৰ পাৰ্থক্য কি?

Q. F1 অণু আৰু F2 জনুৰ মাজৰ পাৰ্থক্য কি?
What is the Difference Between F1 and F2 Generation?


Ans: মেণ্ডেলৰ সংকৰণ পৰীক্ষাত প্ৰথম স্তৰৰ, প্ৰথম প্ৰজন্মক F1 জনু বুলি কোৱা হয়। F1 জনু পৈতৃক পুৰুষৰ যি কোনো এটাহে চাৰিত্ৰিক বৈশিষ্ট্য দেখা পোৱা যায়।

F1 জনুৰ গছৰ মাজত স্ব-পৰাগযোগ ঘটাই পোৱা দ্বিতীয় প্রজন্মক F2 জনুত F2 জনু বোলা হয়। F2 জনুত F1 জনুৰ 1 চতুৰ্থাংশহে প্রকাশ পাইছিল।

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post