Mar 20, 2022

ধাতু এটাৰ উদাহৰণ দিয়া যিটো সাধাৰণ উষ্ণতাত জুলীয়া।

Q.Give an example of metal which is a liquid at room temperature. 

ধাতু এটাৰ উদাহৰণ দিয়া যিটো সাধাৰণ উষ্ণতাত (room temperature) জুলীয়া।
 

উত্তৰ: (পাৰা) Mercury (Hg)

 

Q. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু

(i) সাধাৰণ উষ্ণতাত (room temperature) জুলীয়া।

(ii) কটাৰিৰে সহজে কাটিব পাৰি।।

(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।

(iv) তাপৰ কম পৰিবাহী।

 

উত্তৰ

 

(i) সাধাৰণ উষ্ণতাত (room temperature) জুলীয়া ধাতু হ'ল- পাৰা

(ii) কটাৰিৰে সহজে কাটিব পৰা ধাতু হ'ল- ছডিয়াম

(iii) তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হ'ল- তাম

(iv) তাপৰ কম পৰিবাহী ধাতু হ'ল- পাৰা।

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post