Mar 23, 2022

pH ৰ সংজ্ঞা লিখা

Q. Define pH. (pH ৰ সংজ্ঞা দিয়া।)
 

Ans: কোনো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ জোখ দিয়া স্কেলবিধক pH স্কেল বোলে।

 

pH স্কেলটো নিম্নতম 0 ৰ পৰা সৰ্বাধিক 14 লৈ সীমাবদ্ধ। প্ৰশমন দ্ৰৱণৰ pH মান 7 তকৈ কম আৰু ক্ষাৰীয় দ্ৰৱণৰ pH 7 তকৈ অধিক। তীব্ৰ ক্ষাৰৰ pH 11 তকৈ অধিক আৰু তীব্ৰ এচিডৰ pH মান 3 তকৈ কম।

 

Q. What effect does the concentration of H+ (aq) ions have on the nature of a solution? ( দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+ (aq) আয়নৰ গাঢ়তাৰ কি প্রভাৱ থাকে?)

 

Ans: দ্ৰৱ এটাত H+(aq) আয়নৰ গাঢ়তা বৃদ্ধিয়ে দ্ৰৱটোক বেছি আম্লিকধৰ্মী কৰি তোলে।

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post