Q. Define pH. (pH ৰ সংজ্ঞা দিয়া।)
Ans: কোনো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ জোখ দিয়া স্কেলবিধক pH স্কেল বোলে।
pH স্কেলটো নিম্নতম 0 ৰ পৰা সৰ্বাধিক 14 লৈ সীমাবদ্ধ। প্ৰশমন দ্ৰৱণৰ pH মান 7 তকৈ কম আৰু ক্ষাৰীয় দ্ৰৱণৰ pH 7 তকৈ অধিক। তীব্ৰ ক্ষাৰৰ pH 11 তকৈ অধিক আৰু তীব্ৰ এচিডৰ pH মান 3 তকৈ কম।
Q. What effect does the concentration of H+ (aq) ions have on the nature of a solution? ( দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+ (aq) আয়নৰ গাঢ়তাৰ কি প্রভাৱ থাকে?)
Ans: দ্ৰৱ এটাত H+(aq) আয়নৰ গাঢ়তা বৃদ্ধিয়ে দ্ৰৱটোক বেছি আম্লিকধৰ্মী কৰি তোলে।