Jul 1, 2022

আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্য সমূহ কেনেদৰে পাচন হয়? এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয়?

প্ৰশ্ন: আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্য সমূহ কেনেদৰে পাচন হয়? এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয়? 

উত্তৰ: পাচন নলীৰ ক্ষুদ্ৰান্তত চৰ্বীসমূহ সম্পূৰ্ণৰূপে পাচন হয়। ইয়াত যকৃতৰ পৰা ওলোৱা পিত্তৰসে খাদ্যৰ চৰ্বী অংশৰ ওপৰত ক্ৰিয়া কৰে। ক্ষুদ্ৰান্তৰ খাদ্যাংশৰ চৰ্বী অনু আকাৰ বৃহৎ আৰু খণ্ডযুক্ত । পিত্ত লৱণৰ উপস্থিতিত চর্বী অনুসমূহ সৰল অণুলৈ ৰূপান্তৰ হয়। এই সৰল অনুসমূহৰ ওপৰত উৎসেচকে সহজে ক্ৰিয়া কৰে। 

 

প্ৰশ্ন: আমাৰ দেহত চৰ্বী কেনেকৈ পাচন হয়? এই প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয়? 

 

প্ৰশ্ন:পাচন এনজাইমৰ কাম কি?
উত্তৰ : পাচক এনজাইমে খাদ্যৰ জটিল আহাৰক সৰলীকৰণ কৰে।

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post